top of page

শূন্যতাৰ সিপাৰে তথাগত খণ্ড -২৬

অহা যোৱা কৰিব পৰা বাটটোৰ একেবাৰে মাজতে গছজোপা। প্ৰকাণ্ড গা গছেৰে নদীখনৰ ফালে হাউলি গৈছে।গেটৰ মুখত 'সতী ৰাধিকা উদ্যান বা ৰিভাৰ ফ্ৰণ্ট পাৰ্ক' বুলি লিখা আছে যদিও এইখনক পাৰ্ক বুলি ক'বলৈ বৰুণৰ মন নাযায়। ' উদ্যান' শব্দটো বেছিকৈ খাপ খায়- প্ৰথমদিনাই পূৰ্বাই কৈছিল। আচলতে তাই এনেকৈ কোৱাৰ পিছতহে বৰুণে বেছিকৈ পাৰ্ক আৰু উদ্যানৰ কথাটো ভাবিছিল। 'মোৰ কাৰণে এই ঠাইখিনি' A place of magical peace!'

হাঁহি উঠি গ'ল তাৰ।

Magical peace থকা ঠাইখনলৈ সি তাৰ প্ৰাক্তন প্ৰেয়সীক লগ পাবলৈ আহিছে, প্ৰচণ্ড অশান্ত আৰু অস্থিৰ হৈ।

Recent Posts

See All

'কোনোবাখিনিত মই একেবাৰেই ভৰষাত ল'ব নোৱাৰো পুৰুষক। ভালপোৱাক আস্থাত ল'ব নোৱাৰো। তুমি জানা। তুমি সকলো জানা। কিজানি মই বৰ প্ৰেমহীন মানুহ।তোমাক হেৰুৱাব বিচৰা নাছিলো।কিন্তু হেৰুৱাই পেলালো।একেবাৰেই হেৰুৱাই প

কেইবাদিনৰ মূৰত তথাগত আজি আদিংগীৰিলৈ আহিছে। সি অহা দেখি ল'ৰা ছোৱালী জাক উফৰি অহাদি আহিলে তাৰ ওচৰলৈ। আটাইতকৈ থোপোকাটোৰ Direct complain- 'তই আমাক পাহৰি গ'লি ককাই'। তথাগতই সিহঁতক 'ককাই' সম্বোধনটো শিকাইছিল

উৎকট গৰম পৰিছে। তথাগতৰ স্বৰ্গ দপদপাই থকা জুই একুৰা সামৰি থকা চৌকা যেন হৈছে। অসহ্য লাগিছে তাৰ। যোৱা নিশা বহুত পলমকৈ শুইছে সি। আচলতে শোও বুলি তেতিয়াও শোৱা নাছিল সি। ৰুকুনী বুঢ়ীৰ ল'ৰা গণেশ মৰিল। খবৰটো আজ

bottom of page