Archana BorthakurNov 7, 20212 minবৰ আইতাৰ কথাৰেশীতকালৰ দিনবোৰ অহাৰ সময়ত প্ৰায়েই বৰ আইতালৈ মনত পৰে। ফিকা চাহৰ ৰঙৰ গৰম কাপোৰ এখন গাত লৈ জুই পুৱাই থকা বৰআইতাৰ সেই ছৱিখন মনৰ মাজত আজিও...
Archana BorthakurMay 16, 20215 min'মই ভাল পাই ঘৰলৈ আহিলো'৯ মে'ত ছাৰলৈ ফোন কৰিছিলো- 'কেনে আছে' বুলি সোধাৰ লগে লগে কিছু যেন উৎফুল্লিত মাতেৰে ছাৰে কৈছিল - 'মই ভাল হৈ ঘৰলৈ আহিলো অৰ্চনা'। দূৰ্বল...
Archana BorthakurJul 21, 20205 minমহিম বৰা- ৰঙা জিয়াঁৰ কবিজনঅপূৰণীয় মানে ৰাইজৰ ক্ষতি নহয়, মোৰ ক্ষতি। ফুলস্কেপ কাগজৰ চাৰিশ পঞ্চাশ নে পাচশ পৃষ্ঠাৰ সেই উপন্যাসখন মই ছবাৰ ৰিভাইছ্ কৰিছিলো। মোৰ ধৈৰ্যটো এতিয়
Archana BorthakurJul 21, 20204 minহীৰেণ ভট্টাচাৰ্য- কলম যাৰ কমাৰৰ হাতৰ হাতুৰি, পৃথিৱী যাৰ কবিতা ৰিক্সাত উঠিবলৈ বেয়া পাওঁ। প্ৰথমেই সোধে- 'কাহা য্যায়েগা ?' মই ক'লৈ যাওঁ কিয় লাগে ? তাৰ পিছতে যেন সুধিব- 'দেউতাৰৰ নাম কি ?
Archana BorthakurJul 21, 20202 minসেই ল'ৰাজনক মই চিনি পাওঁঘৰত অহৰহ বাজি থকা হ'ল -ধা ধিন ধিন তা তা তিন তিনটা, একতাল, পৰিতাল, দাদৰাৰ লহৰত ঘৰখন গমগমাই থাকিল।